Subscribe
URL of the page has been copied to clipboard.
Meaning : স্বীকাৰ নকৰাৰ ভাব বা কার্য
Example : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
Synonyms : অগ্রাহ্য, অননুমোদন, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
Meaning : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
Example : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
Synonyms : অনভিলাষ, অনীহা, অপ্রীতি, অৰুচি
Meaning : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
Example : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
Synonyms : অনাকাংক্ষা, অনীহা, অস্পৃহা, ইচ্ছাহীনতা
Install App