Meaning : অলপো আঘাত বা ঢাক্কা নলগা
Example :
দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
Synonyms : আঘাতহীন
Meaning : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
Example :
গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
Synonyms : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন