Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনৰ কোনো সহায় কৰোতা নাই
Example : আমি অসহায়জনৰ সহায় কৰা উচিত
Synonyms : অনাশ্রয়, অসহায়, নিঃসহায়
Meaning : যিজনক সহায় কৰিবলৈ কোনো নাই
Example : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
Synonyms : অনাথ, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
Meaning : যিয়ে কʼতো আশ্রয় পোৱা নাই
Example : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
Synonyms : আশ্রয়হীন, নিৰাশ্রয়ী
Install App