Meaning : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
Example :
ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
Meaning : মালিক বা স্বামী নোহোৱা এক অৱস্থা
Example :
অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
Synonyms : নাথহীন
Meaning : যাৰ কোনো মালিক নাই
Example :
ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
Meaning : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
Example :
শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে