Subscribe
URL of the page has been copied to clipboard.
Meaning : যি পাপ কৰে বা পাপ কৰোতা
Example : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
Synonyms : অধম, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী
Meaning : যি অত্যাচাৰ কৰে
Example : কংস এজন অত্যাচাৰী শাসক আছিল
Synonyms : অত্যাচাৰকাৰী, অত্যাচাৰী, উপদ্রৱকাৰী, উৎপীড়ক, জুলুমবাজ
Install App