Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাৰণ নথকাকৈ
Example : তেওঁ ্অবাবতে ইয়ালৈ আহিল
Synonyms : অকাৰণত, অবাবতে, আনামতে, এনেয়ে, খামাখা, মিছাতে, মিছামিছিকৈ
Meaning : যাৰ কোনো অর্থ ্নাথাকে
Example : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
Synonyms : অর্থহীন, নি্ৰর্থক
Meaning : যিটো উপযোগী নহয় বা কোনো কামত নাহে
Example : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
Synonyms : অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
Install App