Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে কোনো কাম এইমাত্রহে শিকিছে
Example : এই কামটো নতুন মানুহেও কৰিব পাৰে
Synonyms : অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
Meaning : যাৰ অভ্যাস নাই
Example : সোহন ক্রিকেট খেলত অনভ্যস্ত
Synonyms : অভ্যাসহীন, অভ্যাসৰহিত
Install App