Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
Example : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
Synonyms : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
Meaning : যাৰ অনুমতি দিয়া হোৱা নাই
Example : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
Synonyms : অসমর্থিত, অস্বীকৃত
Meaning : যিটো অনুমোদন কৰা হোৱা নাই
Example : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
Synonyms : অগৃহীত, অস্বীকৃত
Install App