Subscribe
URL of the page has been copied to clipboard.
Meaning : যাক অতিক্রম কৰা হোৱা নাই
Example : এইখন অনতিক্রমনীয় ক্ষেত্র
Synonyms : অনতিক্রমনীয়
Meaning : যাৰ ওচৰলৈ পৰা নাযায়
Example : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
Synonyms : অগম্য, অনতিক্রমনীয়, অপাৰ, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
Install App