Subscribe
URL of the page has been copied to clipboard.
Meaning : দৃঢ়তাৰে নিৰন্তৰ কোনো কামত লাগি থকা কার্য
Example : অধ্যৱসায়ৰ বলত একলব্য ধনুর্বিদ্যাত নিপুণ হৈ পৰিছিল
Synonyms : পৰিশ্রম
Meaning : কোনো কামত সিদ্ধি লভিবৰ কাৰণে কৰা কঠোৰ পৰিশ্রম
Example : অর্জুনৰ ্সাধনাই তেওঁক এজন ্ডাঙৰ ধনুর্বিদ কৰি তুলিলে
Synonyms : তপ, তপস্যা, সাধনা
Install App