Meaning : অধ্যয়ন কৰা কোঠা
Example :
সুধীৰে পঢ়া-কোঠাত বহি পঢ়ি আছে
Synonyms : পঢ়া-কোঠা, পঢ়াকোঠা, ষ্টাডি ৰুম
Meaning : যি ঠাইত বহি পাঠকসকলে কিতাপ, পত্রিকা আদি পঢ়ে
Example :
শ্যামে নিজৰ বেছিভাগ সময় অধ্যয়নকক্ষত কিতাপৰ সৈতে পাৰ কৰে
Synonyms : অধ্যয়নকক্ষ