Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে
Example : অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে
Synonyms : প্রধান শিক্ষক
Meaning : কোনো সভা, সংস্থা বা অনুষ্ঠান-প্রতিষ্ঠান আদিৰ প্রধান বা মুৰব্বী:পণ্ডিত ৰামানুজনক সর্বসন্মতিক্রমে এই সংস্থাৰ অধ্যক্ষ পতা হʼল
Example :
Synonyms : অধিষ্ঠাতা, সভাপতি
Install App