Subscribe
URL of the page has been copied to clipboard.
Meaning : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
Example : বেয়া গুণে মানুহৰ পতন ঘটায়
Synonyms : অধঃপতন, অধঃপাত, অৱনতি, চ্যুতি, পতন
Meaning : ওপৰৰ পৰা তললৈ অহা কার্য
Example : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
Synonyms : অধোগতি, অৱতৰণ, অৱৰোহণ, নমা-, নমোৱা-
Install App