Subscribe
URL of the page has been copied to clipboard.
Meaning : যি তলমূৰ কৰি আছে
Example : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়
Synonyms : অধোগামী, অধোনমিত, অধোমুখী, অৱনত, অৱনমিত, নিম্নগত, নিম্নগামী
Meaning : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
Example : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
Synonyms : অধঃপতিত, অৱনত, অৱনমিত, পতিত
Install App