Subscribe
URL of the page has been copied to clipboard.
Meaning : আতুৰ হোৱা অৱস্থা
Example : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
Synonyms : আতুৰতা, উৎকণ্ঠা, কাতৰতা, ব্যগ্রতা
Meaning : ধৈর্যহীন হোৱা অৱস্থা বা ভাব
Example : ধৈর্যহীনতাই মানুহক দুর্বল কৰি তোলে
Synonyms : ধৈর্যহীনতা
Install App