Subscribe
URL of the page has been copied to clipboard.
Meaning : অধিকাৰ, প্রভাৱ আদিত
Example : শ্যামে মোৰ অধীনত কাম কৰে
Meaning : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
Example : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
Synonyms : পৰবশ, বশীভূত, বাধ্য
Meaning : যি কাৰোবাৰ বশীভূত হৈ আছে
Example : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
Meaning : যি আনৰ অধীন
Example : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়
Synonyms : গোলাম, পৰবশ, পৰাধীন
Meaning : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
Example : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
Synonyms : অধীনস্থ
Install App