Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অধিনিয়ম from অসমীয়া dictionary with examples, synonyms and antonyms.

অধিনিয়ম   বিশেষ্য

Meaning : সংসদৰ আদিৰ জৰিয়তে বনোৱা নিয়ম

Example : চৰকাৰে নিজৰ সুবিধানুসৰি অধিনিয়মবোৰ ৰদবদল কৰিব পাৰে

Meaning : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

Example : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

Synonyms : আইন, আইন-কানুন, কানুন, বিধান, বিধি