Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
Example : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
Meaning : যাৰ অধিগ্রহণ কৰা হৈছে
Example : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
Synonyms : অধিগৃহীত
Meaning : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
Example : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
Synonyms : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
Install App