Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অধর্ম from অসমীয়া dictionary with examples, synonyms and antonyms.

অধর্ম   বিশেষ্য

Meaning : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে

Example : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ

Synonyms : অপৰাধ, কলুষ, দোষ, পাতক, পাপ

Meaning : ধর্ম বিৰোধী কার্য

Example : আজিকালি সমাজত অধর্মৰ বহুল ্প্রচাৰ হৈছে

Synonyms : কুধর্ম, ্দুৰাচাৰ

Meaning : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ

Example :

Synonyms : অপৰাধ, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়