Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অধম from অসমীয়া dictionary with examples, synonyms and antonyms.

অধম   বিশেষ্য

Meaning : একেবাৰে নিম্ন বা নিকৃষ্ট মানৰ ব্যক্তি

Example : অধম পুৰুষে নীচ কাম কৰিবলৈ কেতিয়াও পিছ নোহোঁহকে

Synonyms : অধম পুৰুষ, নীচ পুৰুষ, নৰাধম

অধম   বিশেষণ

Meaning : যি প্রবল নহয়

Example : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

Synonyms : অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ

Meaning : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে

Example :

Synonyms : অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ

Meaning : ভালৰ ওলোটা বা বিপৰীত

Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

Synonyms : অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ

Meaning : যি পাপ কৰে বা পাপ কৰোতা

Example : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

Synonyms : অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

Meaning : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

Example : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

Synonyms : ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীচ, নীহ, হীন