Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অধঃপাত from অসমীয়া dictionary with examples, synonyms and antonyms.

অধঃপাত   বিশেষ্য

Meaning : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

Example : বেয়া গুণে মানুহৰ পতন ঘটায়

Synonyms : অধঃপতন, অধোগমন, অৱনতি, চ্যুতি, পতন

Meaning : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

Example : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

Synonyms : অধঃপতন, অৱনতি, পতন, স্খলন