Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
Example : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
Synonyms : অধোগত, অৱনত, অৱনমিত, পতিত
Meaning : যি অৱনতিৰ পিনে অগ্রসৰ হৈছে
Example : নিজৰ ভুল ক্রিয়া-কলাপৰ কাৰণে তেওঁ অধঃপতিত হৈছে
Synonyms : পতনশীল, পতনোন্মুখ
Install App