Subscribe
URL of the page has been copied to clipboard.
Meaning : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
Example : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
Synonyms : অনুক্ৰম, অনুলোম
Meaning : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
Example : বেয়া গুণে মানুহৰ পতন ঘটায়
Synonyms : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
Meaning : কোনো বস্তু পেলাই দিয়া কার্য
Example : কোনে এই ফলবোৰ পেলালে ?
Synonyms : পেলোৱা
Meaning : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
Example : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
Synonyms : অধঃপাত, অৱনতি, পতন, স্খলন
Install App