Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অদৰকাৰী from অসমীয়া dictionary with examples, synonyms and antonyms.

অদৰকাৰী   বিশেষণ

Meaning : যিটো আৱশ্যক নহয়

Example : তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়

Synonyms : অনাৱশ্যকীয়, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু

Meaning : যি অদৰকাৰেৰে পূর্ণ

Example : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা

Synonyms : অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা