Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অদ্ভুত কাম from অসমীয়া dictionary with examples, synonyms and antonyms.

অদ্ভুত কাম   বিশেষ্য

Meaning : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

Example : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

Synonyms : অবাক, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়