Subscribe
URL of the page has been copied to clipboard.
Meaning : অদৃশ্য বা লুপ্ত হোৱা অৱস্থা বা ক্রিয়া
Example : স্বামীজীৰ অদৃশ্যতা আজিলৈকে ৰহস্য হৈ থাকিল
Synonyms : বিলুপ্ততা, লুপ্ততা
Meaning : দর্শনৰ ্অভাৱ
Example : তেওঁ নিজৰ অদৃশ্যতা বজাই ৰাখিবলৈ কোঠাটোৰ ভিতৰত সোমাই গʼল
Install App