Subscribe
URL of the page has been copied to clipboard.
Meaning : পৰিপক্ক নোহোৱা অৱস্থা বা ভাব
Example : অদক্ষতাৰ কাৰণে শ্যামে এই কামটো ভালদৰে কৰিব নোৱাৰিলে
Synonyms : অকুশলতা, অনিপুণতা, অপটুতা, অপ্রবীণতা
Meaning : অযোগ্য হোৱা অৱস্থা বা ভাব
Example : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
Synonyms : অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
Install App