Subscribe
URL of the page has been copied to clipboard.
Meaning : অত্যাচাৰ কৰা ব্যক্তি
Example : অত্যাচাৰীয়ে শাস্তি পোৱা উচিত
Meaning : যি অত্যাচাৰ কৰে
Example : কংস এজন অত্যাচাৰী শাসক আছিল
Synonyms : অত্যাচাৰকাৰী, অনাচাৰী, উপদ্রৱকাৰী, উৎপীড়ক, জুলুমবাজ
Install App