Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অত্যাচাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অত্যাচাৰ   বিশেষ্য

Meaning : কষ্ট দিয়া কার্য

Example : শহুৰেকৰ ঘৰৰ উৎপীড়নত অতীষ্ঠহৈ ৰাগিণীয়ে আত্মহত্যা কৰিলে

Synonyms : উৎপীড়ন

Meaning : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

Example : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

Synonyms : অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ