Subscribe
URL of the page has been copied to clipboard.
Meaning : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
Example : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
Synonyms : ঔদৰিক, খকুৱা, পেটুৱা
Meaning : অত্যধিক খাওঁ্তা
Example : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে
Synonyms : খঁকুৱা, খকুৱা, খাইকহ, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক
Install App