Subscribe
URL of the page has been copied to clipboard.
Meaning : বেছি কথা কোৱা ব্যক্তি
Example : কথকীৰ মাজত মনে মনে থকাই ভাল
Synonyms : কথকী
Meaning : বহুত কথা কʼব পৰাজন
Example : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
Synonyms : কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
Meaning : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
Example : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
Synonyms : অতিবক্তা, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, চেলেপু, বহুবল্কী
Install App