Subscribe
URL of the page has been copied to clipboard.
Meaning : অনাহক আৰু অধিক খৰচ
Example : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
Synonyms : অপচয়, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি
Meaning : অকাৰণত আৰু অধিক খৰচ কৰা লোক
Example : দিনেশ এজন অপব্যয়ী লোক
Synonyms : অপচয়িত, অপচয়ী, অপব্যয়িত, অপব্যয়ী, খৰচী, ব্যয়শীল, ব্যয়ী
Install App