Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বিভক্ত নহয়
Example : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব
Synonyms : অখণ্ড, অখণ্ডিত, অবিভক্ত, অবিভাজিত, অভিন্ন
Meaning : ভাঙি নোযোৱা
Example : পতি-পত্নীৰ মাজত অটুট সম্বন্ধ থাকে
Install App