Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অটল from অসমীয়া dictionary with examples, synonyms and antonyms.

অটল   বিশেষণ

Meaning : যি সিদ্ধান্ত সলনি নহয়

Example : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

Synonyms : অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ

Meaning : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা

Example : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে

Synonyms : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল

Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

Example : পাহাৰ-পর্বত স্থিৰ

Synonyms : অচল, অচৰ, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

Meaning : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব

Example : জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী

Synonyms : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত