Subscribe
URL of the page has been copied to clipboard.
Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
Example : পাহাৰ-পর্বত স্থিৰ
Synonyms : অচল, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
Meaning : যি চলা-ফুৰা কৰিব নোৱাৰে
Example : গছবোৰ সজীৱ সত্ত্বেও অচল
Synonyms : অচল, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
Install App