Subscribe
URL of the page has been copied to clipboard.
Meaning : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
Example : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
Synonyms : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
Meaning : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
Example : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
Synonyms : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
Meaning : শূন্যৰ পৰা নলৈকে সংখ্যা
Example : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
Synonyms : অংক
Meaning : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
Example : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
Synonyms : অংক, নম্বৰ
Meaning : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
Example : এক কোটি বহুত ডাঙৰ সংখ্যা
Synonyms : অংক, সংখ্যা, ৰাশি
Meaning : সংখ্যাৰ চিহ্ন
Example : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
Synonyms : অংক, সংখ্যা
Install App