Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অগ্রাহ্য from অসমীয়া dictionary with examples, synonyms and antonyms.

অগ্রাহ্য   বিশেষ্য

Meaning : স্বীকাৰ নকৰাৰ ভাব বা কার্য

Example : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

Synonyms : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

Meaning : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব

Example : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়

Synonyms : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা

অগ্রাহ্য   বিশেষণ

Meaning : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়

Example : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়

Synonyms : অগ্রহণীয়