Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়
Example : অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে
Synonyms : অগ্ন্যাশয়, ক্লোম, পাচনগ্রন্থি
Install App