Subscribe
URL of the page has been copied to clipboard.
Meaning : খোৱাৰ অনুপযোগী বস্তু
Example : তেওঁ ্অখাদ্য বস্তুবোৰ জাবৰৰ দʼমটোত পেলাই দিলে
Synonyms : অখাদ্য পদার্থ, অখাদ্য বস্তু
Meaning : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
Example : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
Synonyms : অখাজ, অপথ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
Meaning : যি খোৱাৰ যোগ্য নহয়
Example : এইটো অখাদ্য বস্তু
Synonyms : অখাজ, অপথ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
Meaning : যিবোৰ খোৱা উচিত নহয়
Example : তেওঁ ্অখাদ্য ফল খাই মৰি থাকিল
Synonyms : অনাহার্য
Install App