Meaning : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
Example :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
Meaning : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
Example :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
Synonyms : নকটা
Meaning : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
Example :
আপোনাৰ যুক্তি অকাট্য
Synonyms : অকাট্য, অখণ্ডনীয়, পানী নসৰকা