Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ খণ্ড বা টুকুৰা কৰিব পৰা নাযায়
Example : ইলেকট্রন এবিধ অখণ্ডনীয় পদার্থ
Synonyms : অখণ্ডনীয়, অবিভাজ্য
Meaning : যি বিভক্ত নহয়
Example : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব
Synonyms : অখণ্ডিত, অটুট, অবিভক্ত, অবিভাজিত, অভিন্ন
Meaning : যাৰ ক্রম নাভাগে
Example : এইটো তেওঁৰ অখণ্ড ্ৰচনা
Install App