Meaning : অক্ষৰ অংশ
Example :
মুম্বাই কিমান অক্ষাংশত স্থিত ?
Meaning : ভূগোল শাস্ত্রত পৃথিৱীৰ পূবৰ পৰা পশ্চিমলৈ যোৱা সমান্তৰাল কাল্পনিক ৰেখাডাল
Example :
তেওঁ ্ ভৌগোলিক মানচিত্রত অক্ষাংশ ৰেখাৰ স্থিতি চাই আছে
Synonyms : অক্ষ ৰেখা, অক্ষাংশ ৰেখা, অক্ষৰেখা