Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই
Example : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে
Synonyms : অখণ্ডিত, অভঞ্জিত, খণ্ডহীন
Meaning : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
Example : গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
Synonyms : অনাহত, আহত নোহোৱা-, ক্ষতিহীন
Install App