Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অকলশৰীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

অকলশৰীয়া   বিশেষ্য

Meaning : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি

Example : তেওঁ অকলশৰীয়া

Meaning : অকলে হোৱা দশা বা ভাৱ

Example : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে

Synonyms : শূন্যতা

অকলশৰীয়া   বিশেষণ

Meaning : নিজান ঠাইত থকা বা বসবাস কৰোতা

Example : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে

Synonyms : একাকিন

Meaning : যাৰ লগত কোনো নাই বা নাথাকে

Example : তেওঁ অকলশৰীয়া জীৱন কটাই আছে

Synonyms : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ

Meaning : বেলেগৰ পৰা অকলে থকা

Example : তেওঁ ভীৰতো অকলশৰীয়া আছিল

Synonyms : নিসংগ