Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম বা ৰোজগাৰ আদিত অংশ থকা লোক
Example : এই ব্যৱসায়টো কৰিবলৈ মোক এজন অংশীদাৰৰ আৱশ্যক
Synonyms : অংশী, পার্ট্্নাৰ, ভগিয়াৰ, ভাগিদাৰ
Meaning : কোনো অংশ বা খণ্ডৰ মালিক
Example : সোহন এই কোম্পানীটোৰ এজন অংশীদাৰ
Synonyms : অংশধাৰী
Install App