Subscribe
URL of the page has been copied to clipboard.
Meaning : অংগি-ভংগি কৰা কার্য
Example : সৰু লʼৰা-ছোৱালীৰ অংগি-ভংগিয়ে মন আকর্ষণ কৰে
Synonyms : অঙ্গিভঙ্গি
Meaning : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা
Example : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে
Synonyms : অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সংকেত, সঙ্কেত
Install App