Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
Example : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
Synonyms : অঙ্গহীন, বিকলাংগ, বিকলাঙ্গ
Meaning : যাৰ কোনো অংগ নাই
Example : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
Synonyms : অপাংগ, অপাঙ্গ, পংগু, পঙ্গু, পেঙুৰা
Install App