Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
Example : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
Synonyms : অংকন কৰা, অঙ্কন কৰা
Meaning : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
Example : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
Synonyms : টনা
Meaning : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
Example : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
Synonyms : চিন লগোৱা, দাগ লগোৱা
Install App