Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাই বা ৰাস্তা-ঘাট আদি সমান কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এক ধৰণৰ বাহন
Example : ৰাস্তাটো সমান কৰিবৰ কাৰণে ৰোলাৰ চলোৱা হৈছে
Synonyms : ৰʼলাৰ
Meaning : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
Example : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
Synonyms : বেলন, ভীম
Install App