Subscribe
URL of the page has been copied to clipboard.
Meaning : উদ্ভিদ আদিৰ ৰোপন কার্য
Example : মালীয়ে টাবত গোলাপৰ কলম লগালে
Synonyms : লগোৱা
Meaning : কোনো কথাৰ সূত্রপাত ঘটোৱা
Example : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
Synonyms : ৰোৱা
Meaning : ৰোপন কৰাৰ কাম হোৱা
Example : পথাৰত ৰোপন কৰা হৈছে
Meaning : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
Example : খেতিয়কে খেতিপথাৰত ধান ৰুইছে
Install App